অসম-মেঘালয় সীমান্তৰ মৈত্ৰী অটুট ৰখাৰ প্ৰতিশ্ৰুতিৰে প্ৰশাসনক উন্নয়নৰ আহ্বান মানকাচৰ-কুচনিমাৰাবাসীৰ

0
11

​মানকাচৰ কুচনিমাৰা: অসম আৰু মেঘালয়ৰ মাজত থকা ঐতিহাসিক মৈত্ৰী আৰু ভাতৃত্ববোধক অটুট ৰখাৰ আহ্বান জনাইছে মানকাচৰ তথা কুচনিমাৰাৰ স্থানীয় ৰাইজে। উভয় ৰাজ্যৰ জনসাধাৰণৰ মাজত থকা পুৰণি সুসম্পৰ্ক যেন আগন্তুক দিনতো পূৰ্বৰ দৰেই অটুট থাকে, সেয়া অঞ্চলটোৰ প্ৰতিজন নাগৰিকৰ একান্ত কামনা।

LEAVE A REPLY

Please enter your comment!
Please enter your name here