LATEST দক্ষিণ শালমাৰা-মানকাচাৰত এক আৰ্হিৰ দিশে: চি.এল.এফ-ৰ নতুন পৰিচালনা সমিতি গঠন By innnews24 - July 10, 2026 0 9 FacebookWhatsAppTelegram দক্ষিণ শালমাৰা-মানকাচাৰ: গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে নতুনকৈ গঠিত চি.এল.এফ-ৰ কাৰ্যনিৰ্বাহক সমিতি নতুন কমিটি গঠন: নতুন সভাপতি নাজমা খাতুন আৰু নতুন সম্পাদক বিলাসী খাতুন।