আজি হাটশিঙিমাৰী প্ৰেছ ক্লাবত INN News 24-ৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন সফলতাৰে সম্পন্ন হয়। এই বিশেষ অনুষ্ঠানত উপস্থিত থাকি অনুষ্ঠানখনক গৌৰৱান্বিত কৰাৰ বাবে আমাৰ সন্মানীয় অতিথিসকললৈ আন্তৰিক কৃতজ্ঞতা জনাইছোঁ।
সন্মানীয় অতিথিবৃন্দ: • শ্রীৰঞ্জিত কুমাৰ সাহা — জিলা সভাপতি, ভাৰতীয় জনতা পাৰ্টী (BJP), দক্ষিণ শালমাৰা-মানকাচৰ
শ্রীউদয় কুমাৰ ৰায় — প্ৰাক্তন সাংবাদিক, মানকাচৰ
INN News 24 সদায় সত্য, নিৰপেক্ষতা আৰু দায়িত্বশীল সাংবাদিকতাৰ আদৰ্শক সন্মুখত ৰাখি সমাজৰ ওচৰলৈ নিৰ্ভৰযোগ্য, সময়োপযোগী আৰু জনস্বাৰ্থমূলক বাতৰি আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ।
দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ লগতে ৰাজ্য আৰু দেশ-বিদেশৰ শেহতীয়া খবৰসমূহ পাবলৈ আমাৰ পেজটো Follow কৰক।
INN News 24 — সত্যৰ সৈতে সদায়।
শ্রীপ্ৰতাপ দাস (APS) — অতিৰিক্ত আৰক্ষী অধীক্ষক (Additional SP), দক্ষিণ শালমাৰা-মানকাচৰ
শ্রীকিশোৰ পাটোৱাৰী (APS) — উপ আৰক্ষী অধীক্ষক (DySP), সীমান্ত শাখা, দক্ষিণ শালমাৰা-মানকাচৰ
শ্রীনাছিৰুদ্দিন আহমেদ — সভাপতি, সাহিত্য সভা, দক্ষিণ শালমাৰা-মানকাচৰ
শ্রীএমদাদুল ইছলাম মণ্ডল — সভাপতি, জিলা উন্নয়ন মঞ্চ, দক্ষিণ শালমাৰা-মানকাচৰ




