HM Road: দুৰ্ভোগৰ পথত এতিয়া উন্নয়নৰ খোজ।

0
12

বিশেষ প্ৰতিবেদন, মেহেজেবিন আজাদ, innnews24.com: বহুদিন ধৰি জৰাজীৰ্ণ অৱস্থাত থকা HM Road-এ জুৰুলা কৰি আহিছিল ৰাইজক। যাতায়াতৰ সমস্যাই ভোগাই অহা অঞ্চলবাসীৰ বাবে অৱশেষত আহিছে আশাৰ খবৰ। আৰম্ভ হৈছে HM Road-ৰ নিৰ্মাণৰ কাম। এতিয়া প্ৰশ্ন নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ হ’বনে এই গুৰুত্বপূৰ্ণ পথৰ কাম? জানো আহক ৰাইজৰ মতামত।

LEAVE A REPLY

Please enter your comment!
Please enter your name here