বিশেষ প্ৰতিবেদন, আজিজুৰ ৰহমান, INNNEWS24.COM, Hatsingimari: দক্ষিণ শালমাৰা-মানকাচৰৰ এছ.পি. কাৰ্যালয়ৰ সমীপত হোৱা প্ৰবল বৰষুণৰ ফলত সৃষ্টি হোৱা জলাবদ্ধতাই পথ-ঘাট, যাতায়াত ব্যৱস্থা আৰু স্থানীয় বাসিন্দাৰ দৈনন্দিন জীৱনত ব্যাপক প্ৰভাৱ পেলাইছে। পৰিস্থিতিৰ শেহতীয়া তথ্য আৰু বাস্তৱ চিত্ৰ লৈ INNNEWS24.com আপোনালোকৰ কাষত আছে।


