স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা!

0
4

🇮🇳
দেশৰ স্বাধীনতাৰ বাবে জীৱন উৎসৰ্গা কৰা অমৰ বীৰ শ্বহীদসকলক আজি গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰোঁ।
তেওঁলোকৰ ত্যাগ আৰু সাহসে আমাক সদায় এখন শক্তিশালী, শান্তিপূৰ্ণ আৰু ঐক্যবদ্ধ ভাৰত গঢ়াৰ অনুপ্ৰেৰণা যোগাই থাকক।
আহক, স্বাধীনতাৰ মূল্য বুজি দেশৰ প্ৰতি আমাৰ দায়িত্ব আৰু কৰ্তব্য নিষ্ঠাৰে পালন কৰাৰ সংকল্প লওঁ। 🇮🇳
জয় হিন্দ! 🇮🇳 জয় ভাৰত!

LEAVE A REPLY

Please enter your comment!
Please enter your name here