উচ্ছেদ অভিযান চলিল দক্ষিণ শালমাৰা-মানকাচৰ জিলাত।

0
6


হাটশিঙিমাৰী, তিনিআলি, বটেৰতল অঞ্চলত আজি দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনে অবৈধ দখলমুক্তকৰণ (উচ্ছেদ) অভিযান আৰম্ভ কৰে। প্ৰশাসনৰ উপস্থিতিত শান্তিপূৰ্ণভাৱে অভিযান আৰম্ভ হয়। জনস্বাৰ্থ, যান-বাহনৰ চলাচল সহজ কৰা আৰু চৰকাৰী ভূমি দখলমুক্ত কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here